Friday, March 13, 2026
Homeঅসম১জানুৱাৰীত বাবু আচঁনি লাভ কৰিব

১জানুৱাৰীত বাবু আচঁনি লাভ কৰিব

আজি তামুলপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে মহিলা উদ্যোমিতা অভিযানৰ চেক।

তামুলপুৰৰ পথালিকুছিত অনুষ্ঠিত এখন বিশাল জনসভাত মুখ্যমন্ত্ৰীয়ে তামুলপুৰ বিধান সভা সমষ্টিৰ ৩৫,১৯৯ গৰাকী মহিলাক গৰাকীক ১০ হাজাৰকৈ টকাৰ চেক্ প্ৰদান।

চেক বিতৰণ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে আজি কেতবোৰ গুৰুত্বপূৰ্ণ মন্ত্যৱ প্ৰকাশ কৰে।

ইয়াৰ পিছত প্ৰথম বছৰত 25 হাজাৰ দ্বিতীয় বছৰত 50 হাজাৰ আৰু তৃতীয় বছৰত 85 হাজৰ দিব । ইতিমধ্যে ৪৫ টা সমষ্টিত ১০ লাখ মহিলাক উদ্যমিতা আচঁনি দিয়া হল।12 ডিচেম্বৰত বিটিচিত 4-50 লাখ লোকক নতুনকৈ অৰুণোদয় আচঁনি দিব।

১জানুৱাৰীত বাবু আচঁনি লাভ কৰাৰ লগতে আৰু এক একশ টকাত দালি চেনী লাভ কৰিব।

BTC ৰে বাহিৰত বিধান সভা নিৰ্বাচনৰ ৰণনীতি ইতিমধ্যে শেষ হৈছে। BTC আমি লাহে লাহে আৰম্ভ কৰিম।

নৰেন্দ্ৰ মোডী অসমলৈ অহাৰ প্ৰসংগতো মন্ত্যৱ।

BTC ত আমি উন্নয়ন আৰু প্ৰগতি বিচাৰো।

১৮ ডিচেম্বৰৰ পূৰ্বেই SIT য়ে দাখিল কৰিব প্ৰতিবেদন। সকলোকে জনোৱা হব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments