Tuesday, July 8, 2025
Homeস্বাস্থ্যতেজপাতৰ উপকাৰিতা

তেজপাতৰ উপকাৰিতা

ডিজিটেল ডেস্ক, ANEWS24x7: তেজপাত হৈছে এবিধ মচলাজাতীয় ভেষজ যি ভাৰতীয় ৰন্ধন প্ৰণালীত বহুল ভাৱে ব্যৱহাৰ কৰা হয় আৰু যি বহুতো স্বাস্থ্যৰ উপকাৰিতাৰে সমৃদ্ধ।

তেজপাত ‘Lauraceae’পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। তেজপাতৰ বৈজ্ঞানিক নাম হৈছে‘Cinnamomum tamala’। ভাৰত, নেপাল আৰু ভূটানৰ ৰন্ধন প্ৰণালীত তেজপাত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ই মোগলী ব্যঞ্জনৰ এক গুৰুত্বপূৰ্ণ অংশ।

তেজপাতৰ গছ ২০ মিটাৰ ৬৬ ফুট ওখ হয়। ইয়াৰ পাতবোৰত জালুকৰ সোৱাদৰ আভাসৰ সৈতে লং সদৃশ গোন্ধ থাকে; এইবোৰক ৰন্ধন আৰু ঔষধি উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়।ইপিনে তেজপাতৰ পাতবোৰ ডাঙৰ আৰু সাধাৰণতে পাতবোৰৰ ৩ টা শিৰা থাকে।

এতিয়া তেজপাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক –

১. হজম উন্নত কৰে তেজপাতে

২. ডায়বেটিচৰ চিকিৎসা বাবে তেজপাত উত্তম

৩. ভেঁকুৰৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰে তেজপাতে

৪. উদ্বেগ আৰু চাপ হ্ৰাস কৰে তেজপাতে

৫. কৰ্কট ৰোধী গুণাগুণ বাবে তেজপাতে লাভজনক

৬. হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰে তেজপাতে

৭. বিষৰ পৰা সকাহ দিয়ে তেজপাতে

৮. ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰে তেজপাতে

৯. দাঁত পৰিষ্কাৰ কৰক তেজপাত

১০. পতংগ প্ৰতিৰোধক তেজপাত

১১. বৃক্কৰ সমস্যা দূৰ কৰে তেজপাতে

১২. চৰ্দি আৰু সংক্ৰমণৰ চিকিৎসাৰ বাবে তেজপাত লাভজনক

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments