- বিহুৰ অনুষ্ঠানত হিন্দী গীতৰ পয়োভৰ নচলিব
- সাত বিহুত শিল্পীসকলে নাগাব হিন্দী গীত
- ব’হাগৰ ৭ দিনত হিন্দী গীতৰ অনুমতি বাতিল কৰক
- স্বকীয়তাক বিসর্জন দিয়া বিহু সমিতিক সকীয়নি
- হিন্দী গীত বিহুৰ সৈতে কেতিয়াও সংপৃক্ত নহয়
- হিন্দী গীতক প্রাধান্য দিলে বিহু জাতীয় উৎসৱ হৈ নাথাকিব
- বিহুৰ উৰ্ধত কোনো সমিতি বা কণ্ঠশিল্পী হ’ব নোৱাৰে
- জুবিন গাৰ্গ, পাপন মহন্তকে ধৰি শিল্পীসকললৈ আহ্বান