Tuesday, March 10, 2026
Homeঅসমবীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পাণি ফুকনক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পাণি ফুকনক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পাণি ফুকনক গ্ৰেপ্তাৰ

সংবাদমেলৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

জি এছ ৰোডৰ হোটেল এপ’ল’ গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল ৰণ্টু পাণিফুকনে।

অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ কেইবাজনো সদস্যক।

সেই ঘটনাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছিল সংগঠনটোৰ মুখ্য সচিবগৰাকীয়ে

সংবাদ মেল সম্বোধন কৰি থকাৰ সময়তে DCP মৃণাল ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ৰণ্টু পাণিফুকনক

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments