সমগ্ৰ শিক্ষা বিভাগে ৰাজ্যজুৰি প্ৰচলিত অতি শীতল বতৰৰ পৰিপ্ৰেক্ষিতত সময় সলনি কৰা সনান্তৰালকৈ বিশ্বনাথ জিলাৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ সময় আৰু কৰ্ম সময় সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

অহা ৭ জানুৱাৰী পৰা প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ বাবে পুৱা ১০ বজাৰ পৰা নিশা ১২.৩০ বজালৈ, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ,উচ্চ প্ৰাথমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে
পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ বিদ্যালয়সমূহৰ সময় সলনি কৰা অৰ্থে বিশ্বনাথ জিলা শিক্ষা বিভাগৰ ফালৰপৰা সকলো বিদ্যালয়ৰ মুৰব্বীক বিদ্যালয়ৰ নতুন সময়ৰ বিষয়ে বিশ্বনাথ জিলা আয়ুক্ত লক্ষিনন্দন চহৰীয়াই এখন পত্ৰৰ জৰিয়তে জাননী জাৰি কৰিছে। পৰৱৰ্তী বিদ্যালয়সমূহে ১৩ জানুৱাৰী, ২০২৬ৰ পিছত স্বাভাৱিক বতৰৰ পিচত বিদ্যালয়ৰ সময় সলনি কৰিব। ইফালে দ্বাদশ শ্ৰেণীৰ পুনৰীক্ষণ পৰীক্ষা বৰ্তমানৰ পৰীক্ষাৰ
