Wednesday, July 9, 2025
Homeৰাজনৈতিকবিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ।

বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ।

  • দিল্লী বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ।
  • প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ বিজেপিৰ।
  • নতুন দিল্লী সমষ্টিত AAPৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পৰৱেশ বাৰ্মা।
  • কৰোল বাগ সমষ্টিত দুষ্মন্ত গৌতমক প্ৰাৰ্থিত্ব।
  • ৰাজৌৰী গাৰ্ডেনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মনজিন্দৰ সিং ছিৰছাই।
  • বিজৱাচানত কৈলাশ গেহলট, গান্ধী নগৰত অৰবিন্দৰ সিং লাভলীক প্ৰাৰ্থিত্ব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments