- দিল্লীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক
- সকলো ৰাজ্যিক সভাপতি, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক, নির্বাচন প্ৰভাৰীৰে বৈঠক
- বৈঠকত চলি থকা দলীয় সংগঠন পর্বক লৈ হ’ব বিস্তৃত আলোচনা
- জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপস্থিতিত হৈছে বৈঠক
- বৈঠকৰ বাবে দিল্লীলৈ গৈছে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰবীন্দ্ৰ ৰাজু, হৰীশ দ্বিবেদী
- বৈঠকত এই পর্যন্ত হোৱা বুথ, মণ্ডল, জিলা গঠন প্ৰক্ৰিয়াৰ চলিছে পর্যালোচনা
- সমান্তৰালভাৱে ৰাজ্যিক সমিতি, ৰাষ্ট্ৰীয় সমিতি গঠন প্ৰক্ৰিয়াৰ ওপৰতো আলোকপাতৰ সম্ভাৱনা