বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
৮৮ টা সমষ্টিৰ বাবে প্ৰকাশ কৰা হৈছে তালিকা-
১. জালুকবাৰী সমষ্টিত BJP প্ৰাৰ্থী ড° হিমন্ত বিশ্ব শর্মা
২. দিছপুৰত BJP প্ৰাৰ্থী প্রদ্যুৎ বৰদলৈ
৩. জাগীৰোড সমষ্টিত BJPৰ প্ৰাৰ্থী পীযুষ হাজৰিকা
আন সমষ্টিসমূহত বিজেপি প্ৰাৰ্থীসকল হ’ল-
৪. নিউ গুৱাহাটীত- দিপুলু ৰঞ্জন শৰ্মা
৫. গুৱাহাটী- চেন্ট্ৰেল বিজয় কুমাৰ গুপ্তা
৬.বৰক্ষেত্ৰী- নাৰায়ণ ডেকা
৭.টিহু -চন্দ্ৰ মোহন পাটোৱাৰী
৮.তামুলপুৰ- বিশ্বজিৎ দৈমাৰী
৯.গোৰেশ্বৰ- ভিক্টৰ কুমাৰ দাস
১০.টংলা -বিপন চন্দ্ৰ ডেকা
১১.ছিপাঝাৰ-পৰামাণন্দ ৰাজবংশী
১২.মংগলদৈ -নিলিমা দেৱী
১৩.ধিং -মুকুট কুমাৰ দেৱনাথ
১৪.চামগুৰি -অনিল শইকীয়া
১৫.বঢ়মপুৰ -জিতু গোস্বামী
১৬.ৰহা- শশীকান্ত দাস
১৭.হোজাই -শিলাদিত্য দেৱ
১৮.লামডিং -শিবু মিশ্ৰ
১৯.ঢেকীয়াজুলী -অশোক সিংঘাল
২০.বৰচলা -ৰিতুবৰণ শৰ্মা
২১.ৰঙাপাৰা -কৃষ্ণ কমল তাঁতী
২২.নলবাৰী – জয়ন্ত মল্লবৰুৱা
২৩.ধেমাজি- ডাঃ ৰণোজ পেগু
২৪.মৰিগাঁৱ- ৰমাকান্ত দেউৰী
২৫.বঢ়মপুৰ- জিতু গোস্বামী
২৬.নগাঁৱ বটদ্ৰৱা- ৰূপক শৰ্মা
২৭.বিহপুৰীয়া- ভূপেন বৰা
২৮.ৰঙিয়া-ভৱেশ কলিতা
২৯. কমলপুৰ- দিগন্ত কলিতা
৩০.ডিগবৈ – সুৰেন ফুকন
৩১.ডিব্ৰুগড় – প্ৰশান্ত ফুকন
৩২.বিশ্বনাথ-পল্লৱ লোচন দাস
৩৩.মাকুমৰ -সঞ্জয় কিষাণে
৩৪.গোলকগঞ্জ- অশ্বিনী ৰায় চৰকাৰ
৩৫.ধুবুৰী- উত্তম প্ৰসাদ
৩৬.গহপুৰ -উৎপল বৰা
৩৭.বিহালী- মুনীন্দ্ৰ দাস
৩৮.ৰঙানদী- ৰিতুৰাজ হাজৰিকা
৩৯.লখিমপুৰ- মানৱ ডেকা
৪০.ঢকুৱাখানা- নবকুমাৰ দলে
৪১.গোলাঘাট-অজন্তা নেওগ
৪২.জোনাই -ভুৱন পেগু
৪৩.শদিয়া- বলীন চেতিয়া
৪৪.ডুমডুমা- ৰূপেশ গোৱালা
৪৫.বিৰসিং জৰুৱা- মাধবী দাস
৪৬.গোৱালপাৰা পশ্চিম- পবিত্ৰ ৰাভা
৪৭.দুধনৈ- টংকেশ্বৰ ৰাভা
৪৮.অভয়াপুৰী- ভূপেন ৰায়
৪৯.বিজনী- অৰুপ কুমাৰ দে
৫০.ভবানীপুৰ-সৰভোগ- ৰঞ্জিত কুমাৰ দাস
৫১.মন্দিয়া- বাদল চন্দ্ৰ আৰ্য
৫২.ছমৰীয়া- জোৎস্না কলিতা
৫৩.বকো-ছয়গাওঁ- ৰাজু মেচ
৫৪.পলাশবাৰী- হিমাংশু শেখৰ বৈশ্য়
৫৫.বিহপুৰীয়া- ভূপেন বৰা
৫৬.দুলীয়াজান- ৰামেশ্বৰ তেলী
৫৭.যোৰহাট- হীতেন্দ্ৰ নাথ গোস্বামী
৫৮.নাজিৰা- ময়ুৰ বৰগোঁহাই
৫৯. দেৰগাঁৱ- মৃদুল কুমাৰ দত্ত
৬০. বৰক্ষেত্ৰী- নাৰায়ণ ডেকা
৬১.মাৰ্ঘেৰিটা- ভাস্কৰ শৰ্মা
৬২.তিনচুকীয়া-পুলক গোহাঁই
৬৩. চাবুৱা লাহোৱাল -বিদ্যুৎ হাজৰিকা
৬৪.ডিব্ৰুগড়- প্ৰশান্ত ফুকন
৬৫.খোৱাং- চক্ৰধৰ গগৈ
৬৬.টিংখং – বিমল বৰা
৬৭.নাহৰকটীয়া – তৰংগ গগৈ
৬৮.সোণাৰি – ধৰেমেশ্বৰ কোঁৱৰ
৬৯. মাহমৰা – সুৰোজ দিহিঙীয়া
৭০. হাওৰাঘাট – লিউচিং তেৰঙ
৭১. ডিফু – নিচো তেৰাংপী
৭২.নদুৱাৰ – পদ্ম হাজৰিকাক
৭৩. আমৰি- হাবে তেৰণ
৭৪. হাফলং-ৰূপালী লাংথাচা
৭৫. কাটিগড়া – কমলাক্ষ্য দে পুৰকায়স্থ
৭৬. উধৰবন্ধ -ৰাজদীপ গোৱালা
৭৭. শিলচৰ – ৰাজদীপ ৰায়
৭৮. ধলাই – অমিয় কান্তি দাস
৭৯.হাইলাকান্দি – মিলন দাস
৮০..কৰিমগঞ্জ উত্তৰ- সুব্ৰত ভট্টচাৰ্য
৮১. পাথৰকান্দি- কৃষ্ণেন্দু পাল
৮২. ৰামকৃষ্ণ নগৰ- বিজয় মালাকাৰ
৮৩. ৰংখাং- তুলিৰাম ৰংহাং
৮৪. বোকাজান- সূৰ্য ৰংখাং
৮৫. সৰুপথাৰ- বিশ্বজ্যিত ফুকন
৮৬. খুমটাই -মৃণাল শইকীয়া
৮৭.দুধনৈ- টংকেশ্বৰ ৰাভা
৮৮.মৰিয়নি-ৰূপজ্যোতি কুৰ্মী
