Saturday, July 5, 2025
Homeঅসমৰঙিয়াত বিজেপিৰ তীব্ৰ প্ৰতিবাদ

ৰঙিয়াত বিজেপিৰ তীব্ৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনলৈ বটল নিক্ষেপ কৰাক লৈ ৰঙিয়াত বিজেপিৰ তীব্ৰ প্ৰতিবাদ।

ৰঙিয়া পৌৰসভাৰ সন্মুখৰ পৰাই ৰঙিয়া নগৰৰ মাজমজিয়াৰে উলিয়াই বিশাল প্ৰতিবাদী সমদল।

প্ৰায় সহস্ৰাধিক বিজেপি নেতা কৰ্মীৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

কংগ্ৰেছী গুণ্ডাগিৰি নচলিব কংগ্ৰেছ হয় হায় আদি শ্লো’গানৰে ৰঙিয়াৰ আকাশ বতাহ কপাই তোলে বিজেপি নেতা কৰ্মীসকলে।

বিজেপি দলৰ কোনো নেতা কৰ্মীৰ ওপৰত তেনেকুৱা আক্ৰমণ কেতিয়াও সহ্য কৰা নহব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে।

আনহাতে বিশ্বনাথ চাৰিআলিত ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাত তদানিন্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বড়াক আক্ৰমন কৰা ঘটনা সন্দৰ্ভত দায়সৰা মন্তব্য কৰে বিজেপিৰ নেতাই ।

লগতে গৰুখুটিৰ প্ৰকল্প গীৰগায় প্ৰসংগত দ্বায়সৰা মন্তব্য দি প্ৰতিবাদ কৰে বিজেপি যুৱ মৰ্চাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments