ডিজিটেল ডেস্ক, ৩১জুলাই:উপনিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া। চামগুৰি সমষ্টিৰ বাদে অন্য চাৰিটাকৈ সমষ্টিত বিজেপিৰ জয় নিশ্চিত। চামগুৰীি সমষ্টিৰ জনবিন্যাস বিজেপিৰ বাবে অনুকূল।
উপ নিৰ্বাচনৰ বাবে মিত্ৰ গোষ্ঠী সম্পূৰ্ণ প্ৰস্তুত আছে। ইতিমধ্যে প্ৰতিটো বিধান সভা সমষ্টিত তিনিজনকৈ জ্যেষ্ঠ নেতাক দায়িত্ব দিয়া হৈছে। অহা ৪ আগষ্টত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুস্থিত হ’ব, তাত উপ নিৰ্বাচন সম্পৰ্কে আলোচনা হ’ব। বিৰোধী একত্ৰিত হৌয়ো বিজেপিক ৰোধ কৰিব নোৱাৰে
বিজেপি নেতা ৰাজেন গোঁহাইৰ ক্ষেত্ৰৰ ভৱেশ কলিতাৰ মন্তব্য , তেখেত এগৰাকী ৰেল মন্ত্ৰী আছিল