- ডুমডুমা ৰেলৱে ষ্টেচনত মৃতদেহ উদ্ধাৰ
- মৃতদেহটো ডুমডুমাৰ বাবুলাল মিত্তল (৫৮) বুলি জানিব পৰা গৈছে
- স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে ডুমডুমা আৰক্ষীক
- মৃতদেহটোক লৈ ডুমডুমাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ
- ঘটনা স্থলীত উপস্থিত পৰিয়ালৰ লোক
- ডুমডুমা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত