Saturday, June 7, 2025
Homeঅসমবিটিচি নিৰ্বাচনৰ পূৰ্বে দলত্যাগ বিপিএফৰ উপসভাপতিৰ

বিটিচি নিৰ্বাচনৰ পূৰ্বে দলত্যাগ বিপিএফৰ উপসভাপতিৰ

বিপিএফত মোক্ষম আঘাত । বিটিচি নিৰ্বাচনৰ পূৰ্বে দলত্যাগ বিপিএফৰ উপসভাপতিৰ ।

ইউপিপিএলত যোগদান এনডিএফবি (পি)ৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ উপ-সভাপতি ড০ ধীৰেন্দ্ৰ বড়োৰ ।

 

আজি আনুষ্ঠানিকভাৱে এনডিএফবি (পি)ৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ উপ-সভাপতি ড০ ধীৰেন্দ্ৰ বড়োই ইউপিপিএল দলত যোগদান কৰে ।

বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেঞ্চ ইছলাৰীৰ উপস্থিতিত আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ড০ ধীৰেন্দ্ৰ বড়োই ।

বিটিচি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফৰ উপ-সভাপতি ড০ ধীৰেন্দ্ৰ বড়োই দলত্যাগ কৰাটো বিপিএফ দলৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments