Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক জৰিমনা!

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক জৰিমনা!

ডিজিটেল ডেস্ক, A NEWS 24×7: ছিট বেল্ট পৰিধান নকৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে। সামাজিক মাধ্যমত দিবৰ বাবে চিত্ৰগ্ৰহণৰ উদ্দেশ্যে ছিটবেল্ট নিপিন্ধাকৈ যাত্ৰা কৰি থকা গাড়ীত উঠিছিল প্ৰধানমন্ত্ৰী ঋষি সুনাক।

যাৰ পাছত শুকুৰবাৰে ব্ৰিটিছ আৰক্ষীয়ে জৰিমনা বিহে প্ৰধানমন্ত্ৰী ঋষি সুনাক । উল্লেখ্য যে, বৃহস্পতিবাৰে ছিট বেল্ট পৰিধান নকৰা সন্দৰ্ভত ক্ষমা খুজিছিল প্ৰধানমন্ত্ৰী সুনাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments