
‘গুৱাহাটীত থলুৱা লোকক উচ্ছেদ কৰা নহয়’

‘অখিলঞ্জীয়া মানুহৰ বাবে সমীক্ষা চলি আছে গুৱাহাটীত’

‘গুৱাহাটীত মানুহৰ সংখ্যা বেছি হৈছে’

‘অলপ মানুহ কমাব লাগিব’

নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হ’ব Culpable homicide amounting to murderৰ চাৰ্জশ্বীট

নন্দিনীৰ গ্ৰেপ্তাৰকলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

‘দুৰ্ঘটনাৰ দিনাই নন্দিনীক গ্ৰেপ্তাৰ নকৰাটো এটা কৌশল আছিল’

‘সেই দিনা গ্ৰেপ্তাৰ কৰিলে নিশাই এৰি দিব লাগিলহেঁতেন’

মিঞালেণ্ডক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ

‘আমি মিঞালেণ্ড পাতি দিম’

‘বাংলাদেশ আৰু আফগানিস্তানত পাতিম মিঞালেণ্ড’

‘অসমত মিঞালেণ্ড পাতিবলৈ দিয়া নহ’ব’

গৌৰৱ গগৈক পুনৰ সমালোচনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

‘গৌৰৱ গগৈয়ে সংসদত ৰখা বক্তব্য অসমৰ বাবে লজ্জাজনক’

‘তেওঁৰ ভাষণৰ পৰা তেওঁৰ পাকিস্তান প্ৰীতি ওলাই পৰিছে’

‘তেওঁৰ পৰিয়ালৰ ৩ জনে ইতিমধ্যে বিদেশৰ নাগৰিকত্ব লৈছে’

‘মই আজি কৈ দিওঁ তেওঁ নিজেও

কোনোবাদিনা ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিব’

জ্যোছিতা দাসৰ মৃ*ত্যুৰ ঘটনাৰ তদন্ত CBI ক অৰ্পনৰ সিদ্ধান্ত

কেবিনেটত লোৱা হয় সিদ্ধান্ত

২০-২৫ দিনৰ ভিতৰত আনুষ্ঠানিকভাৱে অৰ্পন কৰা হ’ব CBI ক

JJM ঠিকাদাৰসকলৰ বাবে সুখবৰ

ঠিকাদাৰসকলক ধন মোকলাই দিয়াৰ সিদ্ধান্ত কেবিনেটৰ

Performance Guaranteeৰ ধন মোকলাই দিব চৰকাৰে

প্ৰায় ১৫০০ কোটি টকা মোকলাই দিব চৰকাৰে