অষ্টম দৰমহা আয়োগক লৈ মুখ্যমন্ত্ৰীৰ সৰ্ববৃহৎ ঘোষণা। কেবিনেট বৈঠকৰ পিছতে অষ্টম দৰমহা আয়োগৰ লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।ৰাজ্য চৰকাৰে গঠন কৰা অষ্টম অসম দৰমহা আয়োগক পূৰ্ণ ৰূপ প্ৰদান কৰিলে ৰাজ্যিক কেবিনেটে।অসমৰ চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস হ’ব ৰাজ্য চৰকাৰে গঠন কৰা অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ।
গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ অধ্যাপক ৰাতুল মহন্ত হ’ব অষ্টম অসম দৰমহা আয়োগৰ সদস্য হ’ব।মুখ্যমন্ত্ৰীয়ে কয় যে অষ্টম অসম দৰমহা আয়োগৰ সদস্য হ’ব ৰাজ্যৰ বিত্ত বিভাগ, পাৰ্ছনেল বিভাগ, ন্যায়িক বিভাগৰ আয়ুক্তসকল।
