Tuesday, July 8, 2025
Homeঅসমভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ড

চিৰাং, ১২ডিছেম্বৰ:চিৰাঙৰ বিজনী পাণবাৰী বাল্লিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বাল্লিমাৰী গাঁৱৰ মজিয়েল হক নামৰ লোকজনৰ গৃহত জমা কৰি ৰখা মৰাপাটত অগ্নিকাণ্ড সংঘটিত হয়।বিদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত সংঘঠিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ড ফলত প্ৰায় ডেৰ লক্ষাধিক টকাৰ মৰাপাট জুইত জাহ যায়। পিছত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments