- ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু।
- শিল্পীগৰাকীৰ মৃত্যুক লৈ তৎপৰ SIT।
- সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তলৈ CIDৰ জাননী।
- ছিংগাপুৰৰ ১১ গৰাকী প্ৰৱাসী অসমীয়ালৈও CIDৰ জাননী।
- SITয়ে ই-মেইলযোগে নটিচ প্ৰেৰণ কৰিছে ক্ৰমে শ্যামকানু মহন্ত, তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, ৱাজিদ আহমেদ, দিব্যজ্যোতি হাজৰিকা,পৰীক্ষিত শৰ্মা,
- ৰূপকমল কলিতা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, সিদ্ধাৰ্থ বৰা, সুদীপ চেটাৰ্জী আৰু অমৃতপ্ৰভা মহন্তক।
