- ‘ৰৈ ৰৈ বিনালে’ ছবিৰ পাইৰেচীক লৈ কঠোৰ CID
- কৰ্ণাটকৰ বেংগালুৰুত CIDৰ অভিযান
- অভিযানত পাইৰেচী কৰা ২ যুৱকক গ্ৰেপ্তাৰ
- ছাদ্দাম হুছেইন আৰু মৌচম গগৈক গ্ৰেপ্তাৰ
- CIDত ৰুজু হৈছে 12/2025 নম্বৰত এটা গোচৰ
- প্রযোজক শ্যামন্তক গৌতমে দাখিল কৰিছিল এজাহাৰ
- গ্ৰেপ্তাৰ হোৱা ২ অভিযুক্তক লৈ অনা হৈছে অসমলৈ
- পাইৰেচী কৰাৰ অভিযোগত পূর্বেও গ্ৰেপ্তাৰ কৰিছিল এজনক
- ৰফিদুল নামৰ কোকৰাঝাৰৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল CIDয়ে
