Thursday, March 12, 2026
Homeঅসমঅষ্টম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

  • আজি অসম চৰকাৰে প্ৰদান কৰিলে ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তিপত্ৰ।
  • গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় নিযুক্তিপত্ৰ
  • নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  • ‘‘চাকৰিৰ বদলিক লৈ দালালচক্ৰ নিৰ্মূল কৰিবলৈ আমি চেষ্টা কৰি আছোঁ।
  • এতিয়াৰে পৰা ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল
  • অষ্টম দৰমহা আয়োগ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।
  • ‘‘জানুৱাৰীৰ পৰা ৰাজ্যত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হৈছে।
  • নতুনকৈ নিযুক্তি লাভ কৰাসকলে অষ্টম দৰমহা আয়োগৰ নীতিমতে দৰমহা পাব।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments