অবৈধ বাংলাদেশীক আজিয়ে আতৰি যাবলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

উচ্ছেদক লৈ বাংলাদেশীক সকীয়নি দিলে মুখ্যমন্ত্ৰীয়ে

‘অসমীয়া জাতি ভয় কৰা জাতি নহয়’

‘বেদখল কৰিলে আমি মাটি কাঢ়ি লমেই’

অসমীয়া যুৱকক আগবাঢ়ি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

‘এতিয়া ঘৰত সোমাই থকাৰ সময় নহয়’

আজান পীৰক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বাংলাদেশীক আঙুলি টোঁৱাই টোঁৱাই সকীয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বাংলাদেশীৰ বিৰুদ্ধে গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গৰুখুঁটিৰ পৰাই শেষ সকীয়নি বাংলাদেশীক

‘মই বেপাৰ কৰিবলৈ উচ্ছেদ চলোৱা নাই’