তীৰ্থ বৰা, নগাওঁ: 👉চামগুৰিত ৰাজনীতি যুঁজৰ পথাৰত বিজেপি নাই। নগাঁও আৰক্ষী আৰু প্ৰসাশনৰ vs কংগ্ৰেছ।
👉এখন আগশাৰী বাতৰি কাকতৰ হেড লাইনক আগশাৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কাকতে মিছা অপপ্ৰচাৰ কৰিছে
👉 পুৰনি কংগ্ৰেছ তথা এতিয়া বিজেপি।এসময় চালফা আৰু কাছেম নামৰ এগৰাকী আছামিৰ নেতৃত্বত চামগুৰিত গুন্দা ৰাজ চলিছে এতিয়া
👉মিঞা ভোট নালাগে বুলি উফাইদাং মাৰা হিমন্ত বিশ্ব শৰ্মায়ে এতিয়া ক্ষমতাৰ বাবে মিঞাৰ ভৰিত সেৱা কৰিছে
👉৭.৮.৯.১০ আৰু ১১ত চামগুৰি সমষ্টিৰ অন্তৰ্গত সকলোবোৰ খেলপথাৰ বুকিং কৰি ৰাখিছে বিজেপিয়ে। কংগ্ৰেছক ৰাজহুৱা মিটিং কৰাত কৌশলি ভাৱে বাধা দিছে কংগ্ৰেছে ।
👉AIUDF ৰ বুকুচাত উঠি মূখ্যমন্ত্ৰীয়ে চামগুৰি নিৰ্বাচনৰ বৈতৰনী পাৰ কৰিব বিচাৰিছে
👉 নগাঁৱৰ আৰক্ষীৰ যি কেইজনৰ বিৰুদ্ধে বৰ্তমান গোচৰ দিয়া হৈছে,, বৰ্তমান নহ’লেও ভৱিষ্যতে