Thursday, May 22, 2025
Homeঅসমঅসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত বিষয়ববীয়াক অভিনন্দন

অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত বিষয়ববীয়াক অভিনন্দন

ডিজিটেল জেস্ক, ২৫নৱেম্বৰ: অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত বিষয়ববীয়াক অভিনন্দন ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষ পি টি উষাৰ। AOAৰ সম্পাদক লক্ষ্য কোঁৱৰলৈ পি টি উষাৰ পত্ৰ।

ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল AOAৰ নিৰ্বাচন। দ্বিতীয় বাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল।

সম্পাদক পদত লক্ষ্য কোঁৱৰ, কোষাধ্যক্ষ পদত নিৰ্বাচিত হৈছিল অশোক কুমাৰ ভঁৰালী। নতুন কমিটীখনে অসমৰ ক্ৰীড়া ক্ষেত্ৰক সফলতাৰে আগুৱাই নিব বুলি আশা প্ৰকাশ সৰ্বভাৰতীয় অলিম্পিক সন্থাৰ সভাপতিগৰাকীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments