- বুধবাৰে দিল্লীত কংগ্ৰেছৰ হাইক’মাণ্ডৰ বৈঠক
- কংগ্ৰেছৰ চাৰিটাকৈ ভাতৃ সংগঠনৰে বৈঠকত বহিব ৰাহুল গান্ধী
- জৰুৰীভাৱে দিল্লীলৈ তলব চাৰিওটা সংগঠনৰ সভাপতিক
- দিল্লীলৈ তলব মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক
- যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰকো তলব
- NSUIৰ ৰাজ্যিক সভাপতি কৃষাণু বৰুৱাক তলব দিল্লীলৈ
- APCCৰ সেৱা দলৰ সভাপতি দীপ বায়নকো তলব