Tuesday, July 8, 2025
Homeৰাজনৈতিক৬টা গ্যেৰাণ্টী

৬টা গ্যেৰাণ্টী

ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ:

  • টার্নিং পইণ্ট কংগ্ৰেছৰ!
  • কংগ্ৰেছ চৰকাৰ আহিলে জনতাই লাভ কৰিব ৬টা সুবিধা
  • মহিলাৰ একাউণ্টত প্রতিমাহে সোমাব ২৫০০ টকা
  • ৫০০ টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ
  • মহিলাৰ বাবে বিনামূলীয়া বাছযাত্রা
  • ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ কৰিব জনতাই
  • ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰদান কৰা হ’ব ৫ লাখ টকাৰ সাহায্য
  • বয়সস্থ নাগৰিকে লাভ কৰিব ৪ হাজাৰ টকাৰ পেন্সন
  • ১০ লাখ টকালৈকে দিয়া হ’ব স্বাস্থ্যবীমা
  • শিক্ষাৰ বাবে প্ৰদান কৰা হ’ব ৫ লাখ টকাৰ সহায়
  • তেলেংগানাৰ জনতাৰ বাবে এই গ্যেৰাণ্টী কংগ্ৰেছৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments