- প্রসংগ: বিধায়ক, সাংসদৰ ফৌজদাৰী গোচৰৰ শুনানি
- ক্ষিপ্ৰতাৰে গোচৰৰ শুনানি গ্রহণ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
- গুৱাহাটী উচ্চ-ন্যায়ালয়ে নিৰীক্ষণ কৰিছে গোচৰসমূহ
- জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ জাননী উচ্চ ন্যায়ালয়ৰ
- কম সময়ৰ ভিতৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
- ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন ২০টা গোচৰৰ ৫টা নিষ্পত্তি কৰা হৈছে
- ১৫টা গোচৰৰ শুনানি চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত