Friday, April 10, 2026
Homeঅসমজুবিন গাৰ্গৰ ধনেৰে প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধার্থই

জুবিন গাৰ্গৰ ধনেৰে প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধার্থই

  • ফাষ্টট্রেকত জুবিন হত্যা গোচৰৰ শুনানি
  • জুবিন গাৰ্গ হত্যাত অভিযুক্ত সিদ্ধার্থক লৈ শুনানি
  • মহাবীৰ একুৱা মুকলি কৰি দিয়া-নিদিয়াক লৈ শুনানি
  • বিশেষ ফাষ্টট্রেক আদালতত এই সন্দর্ভত শুনানি
  • জুবিন গাৰ্গৰ কেইবা কোটি টকা আত্মসাৎ কৰিছিল সিদ্ধার্থই
  • আজিৰ শুনানিত আদালতত পোহৰলৈ আহিছে এই তথ্য
  • জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণতো আত্মসাৎ কৰিছিল ধন
  • খাৰঘুলিৰ ঘৰ নিৰ্মাণত লাখ লাখ টকা আত্মসাৎ সিদ্ধাৰ্থৰ
  • ৭০ লাখ টকা ঠিকাদাৰক দিয়া বুলি জনাইছিল জুবিন গাৰ্গক
  • ৭০ লাখৰ পৰিৱৰ্তে ৩৫ লাখ টকাহে দিছিল ঠিকাদাৰক
  • জুবিন গাৰ্গৰ ধনেৰে প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধার্থই
  • আদালতৰ মজিয়াত আজি এই তথ্যও পোহৰলৈ আহিছে
  • SIPৰ বাবে মাহে ৩০ হাজাৰকৈ প্ৰেয়সীক দিছিল সিদ্ধার্থই
  • শেষৰটো জন্মদিনত স্কুটী, সোণৰ আঙঠি দিছিল প্রেয়সীক
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments