Tuesday, March 10, 2026
Homeৰাজনৈতিকচি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ ৰাষ্ট্ৰপতি

চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ ৰাষ্ট্ৰপতি

চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ ৰাষ্ট্ৰপতি
👉INDIA প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক ১৫২টা ভোটত পৰাস্ত কৰে
👉ৰাধাকৃষ্ণনে লাভ কৰে ৪৫২ টা ভোট
👉ৰেড্ডীয়ে লাভ কৰে ৩০০টা ভোট
👉১৫টা ভোট বাতিল হয়
👉ভোটদানৰ পৰা বিৰত থাকে ১৩ জন সাংসদ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments