Monday, April 7, 2025
Homeউত্তৰ-পূৱ৭ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ পৰিয়ালসহ শচীন তেণ্ডুলকাৰ

৭ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ পৰিয়ালসহ শচীন তেণ্ডুলকাৰ

৭ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ পৰিয়ালসহ শচীন তেণ্ডুলকাৰ

বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা পৰিয়ালটো

দুটা নিশা বৰাপানীত কটাই ৭ এপ্রিলত উভতিব কাজিৰঙালৈ

৭ আৰু ৮ এপ্ৰিলত কাজিৰঙা ভ্ৰমণ কৰিব তেণ্ডুলকাৰৰ পৰিয়ালে

৯ এপ্রিলত উভতি আহিব গুৱাহাটীলৈ

কামাখ্যা দৰ্শন কৰাৰ সম্ভাৱনা তেণ্ডুলকাৰৰ পৰিয়ালৰ

১০ এপ্ৰিলত পুনৰ মুম্বাইলৈ উভতিব তেণ্ডুলকাৰসহ পৰিয়াল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments