- চাইবাৰ অপৰাধৰ ক্ষেত্ৰত NCRBৰ প্ৰতিবেদনত আশ্বৰ্যকৰ তথ্য।
- চাইবাৰ অপৰাধৰ গোচৰত দোষী সাব্যস্তৰ হাৰ ১.৬ শতাংশ।
- সৰ্বাধিক গোচৰ ৰুজু উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত ।
- তথ্য অনুসৰি, ২০২০-২০২২ চনৰ ভিতৰত দেশত পঞ্জীয়ন হোৱা মুঠ ১.৬৭ লাখ গোচৰৰ ভিতৰত ২৭০৬ গৰাকী লোকক দোষী সাব্যস্ত কৰা হৈছে।