- দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ ‘ফেংগাল’।
- ঘূৰ্ণীবতাহৰ ফলত তামিলনাডু আৰু পুডুচেৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা।
- বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি তামিলনাডু, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশৰ উপকূলত হ’ব ধাৰাসাৰ বৰষুণ।
- ফেঞ্জালৰ প্ৰভাৱত পশ্চিমবংগৰ ২৪ পৰগনা আৰু মেদিনীপুৰতো বৰষুণ হোৱাৰ সম্ভাৱনা।
- ব-দ্বীপ অঞ্চলত নিয়োগ কৰা হৈছে এনডিআৰএফ আৰু ৰাজ্যিক দল।