- DB STOCKৰ চার্টার্ড একাউন্টেট মুকেশ আগৰৱালাৰ জামিন
- CBIৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন দিয়ে আগৰৱালাক
- দীপাংকৰ বৰ্মনৰ সকলো হিচাপ-নিকাচ ৰাখিছিল মুকেশে
- গোচৰ ৰুজু হোৱাৰ পাছতে প্রথমে গ্ৰেপ্তাৰ হৈছিল মুকেশ আগৰৱালা
- ২০২৪ৰ ২১ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল মুকেশসহ দীপাংকৰৰ পিতৃ-মাতৃ
