গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা
কাৰাগাৰৰ ভিতৰতেই ট্ৰেডিং কেলেংকাৰীৰ মূল খলনায়ক দীপাংকৰ বৰ্মনক আক্ৰমণ আন কয়দীৰ।
কাৰাগাৰৰ ভিতৰত খোজকাঢ়ি থাকোঁতেই আক্ৰমণৰ সন্মুখীন হয় দীপাংকৰ
ড্ৰাগছ আসক্ত কয়দীৰ আক্ৰমণত আহত দীপাংকৰ।
দুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনা
বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে দীপাংকৰ বৰ্মন।
GMCHৰ অধীক্ষক দেৱজিৎ চৌধুৰীয়ে জনোৱা অনুসৰি, ৭ তাৰিখে দীপাংকৰ বৰ্মনক দুপৰীয়া ১২ বাজি ৩০ মিনিটত GMCHলৈ অনা হৈছিল
নাক আৰু মুখৰ দুটা স্থানত আঘাতৰ চিন আছিল।
