Saturday, July 5, 2025
Homeৰাষ্ট্ৰীয়৪ ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা

৪ ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা

  • ৪ ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা
  • গুজৰাটৰ ভিছাৱদাৰ সমষ্টিত জয়ী AAP প্রার্থী
  • ১৭ হাজাৰ ৫৫৪ টা ভোটত AAP প্রার্থী গোপাল ইটালিয়াৰ জয়লাভ
  • বিজেপি প্রার্থী কীর্তি পেটেলক পৰাস্ত কৰে AAP প্ৰাৰ্থীগৰাকীয়ে।
  • গুজৰাটৰ কাদি সমষ্টিত কংগ্রেছ প্রার্থীক পৰাস্ত বিজেপিৰ
  • কেৰালাৰ নীলাম্বুৰ সমষ্টিত জয়ী কংগ্রেছ প্রার্থী
  • পঞ্জাবৰ লুধিয়ানা পশ্চিম সমষ্টিত আগবাঢ়ি আছে AAP প্রার্থী
  • পশ্চিমবংগৰ কালিগঞ্জ সমষ্টিত আগবাঢ়ি আছে TMC প্রার্থী
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments