Tuesday, March 17, 2026
Homeঅসমডুবাই, ইৰাকত চাহিদা বৃদ্ধি পাইছে ভাৰতৰ চাহৰ

ডুবাই, ইৰাকত চাহিদা বৃদ্ধি পাইছে ভাৰতৰ চাহৰ

ডিজিটেল ডেস্ক, ১১ডিছেম্বৰ:  ডুবাই, ইৰাকত চাহিদা বৃদ্ধি পাইছে ভাৰতৰ চাহৰ৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ভাৰতৰ চাহ ৰপ্তানিৰ পৰিমাণ ৮.৬৭ শতাংশ আৰু মূল্য ১৩.১৮ শতাংশলৈ বৃদ্ধি পাইছে৷

টি ব’ৰ্ডে প্ৰকাশ কৰিছে এই তথ্য৷ ইপিনে, বিদেশলৈ ৰপ্তানি হোৱা চাহৰ প্ৰতি ইউনিটৰ মূল্য ৪শতাংশৰ পৰা ১৩শতাংশলৈ বৃদ্ধি পাইছেও বুলিও টি ব’ৰ্ডে প্ৰকাশ কৰিছে তথ্য৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments