::::হতাশাত নহয় চৰম হতাশাত ভুগিছে কংগ্ৰেছ- দিলীপ শইকীয়া।
::::গোলকগঞ্জৰ লক্ষ্মীমাৰী হাই স্কুল খেপথাৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা :::
গোলকগঞ্জত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া । গোলকগঞ্জ মিনি ষ্টেডিয়ামত হেলিকপ্টাৰ অৱতৰণ কৰি বাইক ৰেলীৰ জৰিয়তে লক্ষ্মীমাৰী হাই স্কুল খেপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ৬ নং গোলকগঞ্জ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক সভাপতি গৰাকীয়ে। ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতি গৰাকীয়ে কয় – দেশী মুছলমান সকলোকো আমাৰ ৰাইজৰ উন্নয়ন জৰিয়তে যিদৰে সকলোকে আমি আগবঢ়াই লৈ যাওঁ, তেওঁলোকক আমি বিভিন্ন আঁচনিৰ জৰিয়তে আগুৱাই লৈ যাম।
এই অস্ত্ৰপাত বোমেৰা হ’ল যালৈ মাৰিছে তেওঁৰ গাত নালাগি জোনে মাৰিছিল তেওঁৰ বুকুতে বিন্ধিলে। পৱন খেড়া নিচিনা তৃতীয় শ্ৰেণীৰ নেতাক গৌৰৱ গগৈৰ ডাঙৰীয়াৰ শ্ৰুতলিপি মতে কালি যিটো অভিযোগ আনিলে ইয়াৰ কোনো ভিত্তি নাই , ইয়াৰ কোনো যুক্তি নাই , যাৰ বিৰুদ্ধে অভিযোগ আনিছে তেওঁ আইনৰ কাষ চাপিছে । পৱন খেড়া জেলত যাবলৈ সাজু হওঁক ম
