অৱশেষত এবছু ত্যাগৰ সিদ্ধান্ত দ্বীপেন বড়োৰ।
কাইলৈ আনুষ্ঠানিকভাৱে এবছু এৰিব দ্বীপেন বড়োৱে।
ইয়াৰ বাবে ওদালগুৰিত বিদায়ী সভাৰ আয়োজন এবছুৰ।
এবছু এৰি সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিব বড়োৱে।
দুই-এদিনৰ ভিতৰতে UPPLত যোগদানৰ সম্ভাৱনা বড়োৰ।
’২৬ নিৰ্বাচনত ভেৰগাঁও সমষ্টিৰ UPPLৰ প্ৰাৰ্থী হ’ব পাৰে বড়ো।
