Saturday, July 5, 2025
Homeঅসমআৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা ঘোষণা

আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা ঘোষণা

  • আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা ঘোষণা
  • অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ DGPৰ বঁটা
  • ২০২৪ বৰ্ষত অপৰাধৰ তদন্তৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে এই বঁটা
  • কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰলৈ বঁটা
  • ডিব্ৰুগড়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিজল আগৰৱালালৈ বঁটা
  • বাক্সাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতার্থ দেৱ চৌধুৰীলৈ বঁটা
  • ডিমা হাছাওৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদলৈ বঁটা
  • শ্রীভূমিৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভচৌধুৰীলৈ বঁটা
  • মাজুলীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়ালৈ বঁটা
  • মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যলৈ বঁটা
  • CIDৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰৰ্মী দাসলৈ বঁটা
  • তিতাবৰৰ SDPO তৰুণ গোৱেললৈ বঁটা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments