Tuesday, July 8, 2025
Homeঅসমউত্তাল দিছপুৰ

উত্তাল দিছপুৰ

ডিজিটেল ডেস্ক, ANEWS24X7: কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে টোলকৰ,ঔষধ,পৌৰকৰ,বিদ্যুৎ মাচুলকে ধৰি সকলো সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত আজি দিনৰ ১ বজাৰ পৰা ” দিছপুৰ চলো” প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল ৷

যত অসম তৃণমূল কংগ্ৰেছৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰলৈ তৃণমূল কংগ্ৰেছৰ কৰ্মী সকলে ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই ৷

আনহাতে এই প্ৰতিবাদী সমদল উপস্থিত থাকে ৰিপুন বৰাকে ধৰি তৃণমূল কংগ্ৰেছৰ প্ৰায় শতাধিক লোক লগতে অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যলয়ৰ পৰাই প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে লৈ যায় চচললৈ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments