Thursday, November 7, 2024
Homeবিজ্ঞানসূৰ্যগ্ৰহণৰ সময়ত ভুলটো নকৰিব এইবোৰ কাম ,নহ’লে বিপদ নিশ্চিত

সূৰ্যগ্ৰহণৰ সময়ত ভুলটো নকৰিব এইবোৰ কাম ,নহ’লে বিপদ নিশ্চিত

 

ডিজিটেল ডেস্ক, ANEWS24x7: সূৰ্যগ্ৰহণৰ সময়ত ভুলটো নকৰিব এইবোৰ কাম ৷ কালি পূজাৰ পিছৰ দিনটোত হোৱা সূৰ্যগ্ৰহণত সাৱধান হওক ৷ নহ’লে বিপদত পৰিব পাৰে আপুনিও ৷ জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহণক এক অশুভ ঘটনা বুলি গণ্য কৰা হয় ৷ জ্যোতিষশাস্ত্ৰয় এই সময়োচোৱাত কেইবাটাও কাম কৰিবলৈ নিষেধ কৰিছে ৷

ভাৰতীয় সময় অনুসৰি আজিৰ এই সূৰ্যগ্ৰহণ আবেলি ২.২৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৬.৩২ বজাত অন্ত পৰিব ৷ এই সূৰ্যগ্ৰহণ চাৰি ঘন্টা তিনি মিনিটৰ বাবে চলিব৷সূৰ্যগ্ৰহণৰ সময়ত আপুনি পাহৰি গ’লেও এইকেইটা কাম নকৰিব ৷নহ’লে বিপদ অনিবাৰ্য ৷

১-সূৰ্যগ্ৰহণৰ দিনা কোনো শুভ কাম নকৰিব।সূৰ্য গ্ৰহণৰ সময়ত পৃথিৱীখন অশুভ শক্তিয়ে গ্ৰাহ কৰে।সেইকাৰণে এই সময়ত কোনো ভাল কাম নকৰিব।

২-সূৰ্যগ্ৰহণৰ সময়ত,সূতা পিন্ধা আৰু চিলাই কাম নকৰিব ।

৩-এই সময়ত একো খোৱা খাদ্য ৰান্ধিব নালাগে।

৪-সূৰ্যগ্ৰহণৰ সময়ত পাচলি বা ফল বাকলি কাটিব নালাগে।

৫-সূৰ্যগ্ৰহণৰ সময়ত, বিশেষকৈ গৰ্ভৱতী মহিলাসকলে চুৰি, কেঁচি, বাটি বা আন কোনো তীক্ষ্ণ বস্তু ব্যৱহাৰ নকৰিব। এই সময়ত হাতত কোনো তীক্ষ্ণ বস্তু নল’ব ৷

৬-এই সময়চোৱাত কলৈকো ভ্ৰমণ নকৰিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments