- ডাঃ মাৰ্টিনা টুডুক সম্বৰ্ধনা জনালে গৌৰৱ গগৈয়ে
- ডাঃ মাৰ্টিনাৰ পিতৃ-মাতৃকো জনালে সম্বৰ্ধনা
- ডাঃ মাৰ্টিনালৈ ৰাহুল গান্ধীয়ে পঠালে অভিনন্দন পত্ৰ
- গৌৰৱ গগৈক ভৰিত ধৰি সেৱা কৰিলে ডাঃ মাৰ্টিনা টুডুৱে
- গৌৰৱ গগৈক সাক্ষাতৰ পাচত উৎফুল্লিত ডাঃ মাৰ্টিনা
- ডাঃ মাৰ্টিনা টুডু চাওঁতাল সম্প্ৰদায়ৰ পৰা MBBS ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী চিকিৎসক
