ডিজিটেল ডেস্ক, anews24x7: বোকাজানত ৪ কোটি টকাৰ ড্ৰাগছ জব্দ। এখন ছুইফট ডিজায়াৰৰ পৰা জব্দ ১ কেজি মৰফিন। ৩২টা নিচাজাতীয় টেবলেট, নগদ ৪৩,৫০০ টকা জব্দ।
বাহনসহ ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক ডিলাই আৰক্ষীৰ। ধৃত সৰবৰাহকাৰী দুটা চেছাম হাফিজুদ্দিন, নাছিৰ হুছেইন। ইম্ফলৰ পৰা মধ্যপ্ৰদেশ অভিমুখী আছিল বাহনখন। নাৰ্কোটিকছ ডগ ‘ঈল’ৰ সহায়ত জব্দ ড্ৰাগছখিনি।
