ডুবাইৰ বিমান বন্দৰত বোমাবৰ্ষণ। বোমাবৰ্ষণৰ পাছতে বন্ধ কৰি দিয়া হৈছে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। বোমাবৰ্ষণত এজন লোকৰ মৃত্যুৰ লগতে ৭ জন লোক আহত। সকলোধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। ডুবাইৰ এখন হোটেলতো বোমাৰে আক্ৰমণ। বুৰ্জ অল আৰব হোটেলত বোমাবৰ্ষণ। আবু ধাবিতো বন্ধ কৰি দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। সোমবাৰলৈ সকলোধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল।
ডুবাইৰ বিমান বন্দৰত বোমাবৰ্ষণ
RELATED ARTICLES
