- পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী-প্ৰশাসনৰ অনুমতি ল’ব লাগিব
- পূজা মণ্ডপৰ ফিটনেছৰ অনুমতি ল’ব লাগিব
- পর্যাপ্ত ভলিন্টিয়াৰ নিয়োগ কৰিব লাগিব পূজা কমিটিয়ে
- অতিৰিক্তিভাবে লাইটৰ ব্যৱস্থা ৰাখিব লাগিব পূজা কমিটিয়ে
- অগ্নি নির্বাপনৰ ব্যৱস্থাৰ লগতে প্রয়োজনীয় ৰখাটো বাধ্যতামূলক
- লাউডস্পীকাৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব
- পুৱা ৬ৰজাৰ পৰা নিশা ১০বজালৈহে লাউডস্পীকাৰৰ অনুমতি
- চাৰিওফালে চিচিটিভি কেমেৰা সঠিকভারে স্থাপন কৰাটো নিশ্চিত কৰা
- স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰিব লাগিব
- ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া, স্বেচ্ছাসেৱকৰ তালিকা দিব লাগিব
- পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্রবেশ/প্রস্থান বেবিকেড স্থাপন কৰা
- পর্যাপ্ত আলোকসজ্জা নিশ্চিত কৰিব লাগিব
- জেনেৰটৰৰ ব্যৱস্থা ৰাখিব লাগিব
- পূজা কমিটিসমূহ পেণ্ডেল পহৰা দিয়াৰ বাবে আৰক্ষীক সকলো সুবিধা প্রদান
- জৰুৰীকালীন যোগাযোগ নম্বৰ আৰু স্থানসমূহ নিশ্চিত কৰিব লাগিব
- যান-বাহনৰ নীতি-নিয়ম মানি চলিব লাগিব
- ভিআইপি ব্যক্তি আহিলে আৰক্ষীক আগতীয়াকৈ অবগত কৰিব লাগিব
- ৰাইজক সহায় কৰিবলৈ পেণ্ডেলত ২৪x৭ হেল্প ডেস্ক স্থাপন কৰিব লাগিব
- চিকিৎসককে ধৰি চিকিৎসা দল সাজু কৰি ৰাখিব লাগিব
- জৰুৰীকালীন অৱস্থাৰ বাবে এটা অঞ্চল নির্দিষ্ট কৰি ৰাখিব লাগিব
- মূর্তি বিসর্জনৰ বাবে নির্ধাৰণ কৰা নির্দিষ্ট পথ আৰু সময় কঠোৰভাবে মানি চলিব লাগিব
- নিয়ম ভংগ কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব
- পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব
- পূজাস্থলী স্পষ্ট চাইনবৰ্ডৰ সৈতে “ন’ট’ৰাকো আৰু ন’-এলক’ইল জ’ন” থাকিব লাগিব
- দর্শনার্থী আৰু ভক্তৰ বাবে খোৱাপানীৰ পৰ্যাপ্ত ব্যবস্থা কৰিব লাগিব
- কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল স্থাপন নকৰিব
- পেণ্ডেলৰ পৰা ১০০ মিটাৰৰ ভিতৰত পার্কিং কৰিব নোৱাৰিব
- পূজা পেণ্ডেলৰ ভিতৰত চিলিণ্ডাৰ, পেট্রল, ডিজেল, কেৰাচিন আদি ব্যৱহাৰ এৰক
- মূর্তি বিসর্জনৰ সময়ত কেবল ভক্তিমূলক গীতহে বজাব লাগিব
- বলপূর্বকভাবে অনুদান বা বৰঙণি সংগ্ৰহ কৰাৰ পৰা বিৰত থাকিব লাগিব
