Sunday, July 6, 2025
Homeঅসমৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ডিজিটেল ডেস্ক, anews24x7: হঠাত্ অহা ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য। ৰাজ্যৰ লগতে বাংলাদেশ আৰু ভূটানতো ভূমিকম্পৰ অনুভূত হয় । গুৱাহাটী মহানগৰীতো এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

ভূমিকম্প উৎপত্তি স্থল মেঘালয়ৰ পশ্চিম খাছি পাহাৰ। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.০। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল অসমৰ পৰা ২৫ কিলোমিটাৰ নিলগত।ভূমিকম্পৰ ফলত কোনো হানি–বিঘিনিৰ খবৰ পোৱা নাই।

দেওবাৰে সন্ধিয়া ৭.৫৩ বজাত মেঘালয়ৰ পশ্চিম খাছি পাহাৰত ৪.২ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্পৰ গভীৰতা আছিল ১০ কিলোমিটাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments