Friday, March 27, 2026
HomeUncategorizedৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। দিনৰ ২ বাজি ২৫ মিনিটত অনুভূত হয় জোকাৰণি।National Center for Seismologyৰ তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ গোৱালপাৰা জিলা।

National Center for Seismologyৰ তথ্য অনুসৰি ভূমিকম্পৰ প্ৰাবল্য ৩.৯ ৰিখাটাৰ স্কেল।গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত অনুভূত হয় জোকাৰণি। অসমৰ চুবুৰীয়া মেঘালয়ৰ লগতে বাংলাদেশতো অনুভূত হয় জোকাৰণি।যদিও কোনো ক্ষতি বা হতাহতৰ খবৰ এইমুহূৰ্তত পোৱা হোৱা নাই, তথাপি প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments