Wednesday, December 25, 2024
Homeসাহিত্যঘৰত জেঠী থাকিলে মানুহৰ জীৱনত কি প্ৰভাৱ পৰে? বাস্তুশাস্ত্ৰই কৈছে আচৰিত কথা!

ঘৰত জেঠী থাকিলে মানুহৰ জীৱনত কি প্ৰভাৱ পৰে? বাস্তুশাস্ত্ৰই কৈছে আচৰিত কথা!

ডিজিটেল ডেস্ক, ৮জুলাইঃ আমাৰ বহুতেই জেঠীলৈ ভয় কৰে। বহুতে ভয় খাই ঘৰৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰে কিন্তু, ঘৰত জেঠী থকাৰ বিষয়ে জ্যোতিষে কি কয় জানেনে?

ঘৰত জেঠী-মকৰা আদি কীট-পতংগ থকাটো অতি সাধাৰণ কথা। জ্যোতিষীৰ মতে আমাৰ ঘৰুৱা জীৱনত ইয়াৰ প্ৰত্যেকৰে কিছু প্ৰভাৱ আছে।

জ্যোতিষী তথা বাস্তুৰ পৰামৰ্শদাতা হিতেন্দ্ৰকুমাৰ শৰ্মাই কয় যে, জেঠীয়ে আমাৰ জীৱনত কি প্ৰভাৱ পেলায়।

বহুতে ভাবে যে জেঠী আচলতে ঘৰুৱা কামৰ বাবে ওলাই যাওঁতে জেঠী দেখাটো শুভ। জ্যোতিষৰ বিশ্বাস অনুসৰি জেঠী ধনৰ ফালৰ পৰা শুভ বুলি গণ্য কৰা হয়। জেঠী লক্ষ্মী দেৱীৰ লগত জড়িত।

কিছুমান ৰাজ্যত বাস্তু পূজাৰ সময়ত নতুন ঘৰৰ বাবে ৰূপৰ জেঠীৰ মূৰ্তি ব্যৱহাৰ কৰা হয়। কাৰণ, জেঠীয়ে ঘৰত সুখ আৰু ধন-সম্পত্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়।

ঘৰত এটা ঠাইত ৩টা জেঠী দেখাটো বৰ ভাগ্যৰ কথা। ইয়াৰ অৰ্থ হ’ল আপুনি ভাল খবৰ পাবলৈ ওলাইছে। নতুন ঘৰত প্ৰৱেশ কৰাৰ সময়ত জেঠী দেখাটো অতি শুভ বুলিও গণ্য কৰা হয়।

কেৱল এয়াই নহয়, টিকটিকি দেখা পালে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব বুলি বিশ্বাস কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments