Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়EDৰ দলৰ ওপৰত আক্ৰমণ

EDৰ দলৰ ওপৰত আক্ৰমণ

  • দিল্লীৰ বিজৱাসনত EDৰ দলৰ ওপৰত আক্ৰমণ
  • অভিযানৰ সময়তে EDৰ দলক প্ৰাণঘাতী আক্রমণ
  • আক্রমণত আঘাতপ্রাপ্ত তদন্তকাৰী সংস্থাটোৰ এজন বিষয়া
  • PPPYL Cyber App Fraud গোচৰৰ তদন্তৰ বাবে গৈছিল দলটো
  • তদন্তৰ সময়তে অভিযুক্ত অশোক শৰ্মাৰ লগতে পৰিয়ালে চলায় আক্রমণ
  • EDৰ তদন্তকাৰী বিষয়াৰ গালৈ দলিয়াই ভাঙিলে চকী
  • আক্রমণত আঘাতপ্রাপ্ত হৈছে EDৰ এচিষ্টেন্ট ডাইৰেক্টৰ
  • আক্ৰমণ কৰিয়েই পলায়ন অভিযুক্তৰ
  • ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments