- পুণৰ চামগুৰিৰ শলমাৰীত নিৰ্বাচন কেন্দ্ৰিক সংঘাত।
- কংগ্ৰেছ বিজেপিৰ মাজত মাৰপিটৰ ঘটনা।
- কংগ্ৰেছ বিজেপিৰ সংঘাতত আঁহত সাতজনকৈ লোক।
- শলমাৰী বজাৰৰ বিজেপিৰ কাৰ্যালয়ৰ সন্মুখেদি কংগ্ৰেছ সভাৰ পৰা অহা লোকে গৈ থকা অৱস্থাত দুই পক্ষই লিপ্ত হয় মাৰপিটত।
- দুই পক্ষৰ আক্ৰমণত প্ৰত্যাআক্ৰমণত আঁহত ছয়জনকৈ লোকক ততাতৈয়াকৈ কাৱৈমাৰী হস্পিতালত ভৰ্তি কৰোৱা হয়।
- আঁহত সাতজনৰ ভিতৰত চাৰিজন বিজেপি সমৰ্থক তিনিগৰাকী কংগ্ৰেছ সমৰ্থক বুলি জানিব পৰা গৈছে।
আঁহত সাতগৰাকী ক্ৰমে
কংগ্ৰেছ কৰ্মী কামাল উদ্দিন ,আলাল উদ্দিন, আব্দুল হাসিম - বিজেপি কৰ্মী আবু হানিফ, আবু তাহেৰ, দিন ইছলাম,আব্দুৰ ৰহমান
- কাৱৈমাৰী চিকিৎসালয়ত উপস্থিত হয় বিধায়ক জিতু গোস্বামী।
- কাৱৈমাৰী চিকিৎসালয়ৰ পৰা বিধায়ক জিতু গোস্বামীৰ হুংকাৰ ৰকিবুল হুছেইনে গুণ্ডামী বন্ধ কৰক নহলে মৌন প্ৰতিবাদত বহিব।
- ইতিমধ্যে বিজেপিৰ এগৰাকী কৰ্মীৰ মৃত্যু হৈছে আজি আকৌ চাৰিজন কৰ্মীক আঁহত কৰিছে এইসমূহ হিংসা ৰকিবুল হুছেইনে বন্ধ নকৰিলে বিজেপিয়ে কোলা কাপোৰ লৈ মৌন প্ৰতিবাদ কৰিব
- কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত বিজেপিৰ চাৰি কৰ্মী গুৰুত্বৰ বাবে আঁহত হয় আঁহত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পঠিয়াৰ ব্যৱস্থা গোস্বামীৰ।