- ইণ্ডিয়ান হোটেল কোম্পানীয়ে বিনিয়োগ কৰিব ১৭৫ কোটি টকা
- কহিনুৰ পাল্প পেপাৰ গ্রুপে বিনিয়োগ কৰিব ৯২১ কোটি টকা
- আৰ পি এন স্পেচিয়েলিটী পেপাৰে বিনিয়োগ কৰিব পুঁজি
- SPG ক্লীন এনভাইৰো ভেঞ্চাৰেও বিনিয়োগ কৰিব পুঁজি
- এম এইছ হাইড্র’জেন পেপাৰে বিনিয়োগ কৰিব ১৫শ কোটি
- RLG গ্রুপে বিনিয়োগ কৰিব ৭৫০ কোটি টকা
- ব্রহ্মপুত্র বি এল এল পিয়ে বিনিয়োগ কৰিব ১৬৭ কোটি
- আধাৰ গ্ৰীণ ইন্ডাষ্ট্ৰীয়ে বিনিয়োগ কৰিব ১৪২ কোটি টকা
- কামাখ্যা বায়’ফিৱেলে বিনিয়োগ কৰিব ৩৪৬ কোটি টকা
- গুলচন পলিয়’জে বিনিয়োগ কৰিব ২০০ কোটি টকা
- চিয়াজ বায়’টেকে বিনিয়োগ কৰিব ১৫৭ কোটি টকা
- মেঘাশ্রী চিমেন্টে বিনিয়োগ কৰিব ৮৫৯ কোটি টকা
- মেঘাটপ ইনফ্রাই বিনিয়োগ কৰিব ৮৫৯ কোটি টকা
- মেক্স চিমেন্টে বিনিয়োগ কৰিব ৫১২ কোটি টকা
- অমৃত চিমেন্টে বিনিয়োগ কৰিব ৬১৭ কোটি টকা
- আমূলে বিনিয়োগ কৰিব ৭৫ কোটি টকা
- SJVN গ্রীণ এনার্জীয়ে বিনিয়োগ কৰিব ৯৫০ কোটি টকা
- নিপকো কপিলী প্রকল্পত বিনিয়োেগ কৰিব ২৪০০ কোটি টকা
- OTPC-এ বিনিয়োগ কৰিব ৫০০ কোটি টকা