Friday, March 13, 2026
Homeঅসমঅসমত উত্তেজনা বিয়পাবলৈ চেষ্টা কৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

অসমত উত্তেজনা বিয়পাবলৈ চেষ্টা কৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

  •  অসমত উত্তেজনা বিয়পাবলৈ চেষ্টা কৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
  • দিল্লী বিস্ফোৰণৰ পিছতে অসমত উত্তেজনা বিয়পোৱাৰ চেষ্টা কৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ
  • দৰঙৰ পৰা গ্ৰেপ্তাৰ মতিউৰ ৰহমান, গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ হাছান আলী মণ্ডলক গ্ৰেপ্তাৰ আৰক্ষীৰ।
  • চিৰাঙৰ পৰা গ্ৰেপ্তাৰ আব্দুল লতিফ, কামৰূপৰ পৰা গ্ৰেপ্তাৰ ৱাজহুল কামালক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে
  • বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ নুৰ আলী আহমেদৰ লগতে আৰু এজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
  • দিল্লী বিস্ফোৰণক লৈ ছ’চিয়েল মিডিয়াত কৰিছিল বিৰূপ মন্তব্য কৰিছিল আৰক্ষীয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments